Surprise Me!

বড়োভূমিত থকা প্ৰতিভাই এদিন বিশ্বদৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব: গৰিমা শইকীয়া গাৰ্গ

2026-07-16 8 Dailymotion

কোকৰাঝাৰত অনুষ্ঠিত কষ্টিউম ডিজাইনৰ তিনিদিনীয়া কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি অভিভূত গৰিমা শইকীয়া গাৰ্গ ৷ বড়োভূমিলৈ আহি কাম কৰাৰ বাবে আগ্ৰহী তেওঁ ৷